লক্ষ্য আৰু অভিযান
অভিযানঃ
- শিপিনী আৰু শিল্পীৰ ওপৰত গুৰুত্ব প্ৰদান।
- ক্ষেত্ৰ ভিত্তিক প্ৰসাৰ।
- ফলাফল ভিত্তক প্ৰতিষ্ঠানগত আন্তগাঁঠনি
- লক্ষ্য ভিত্তিক হস্ততাঁত আৰু হস্তশিল্পৰ বাবে নতুন সাংগঠনিক আৰ্হিৰ সন্ধান।
লক্ষ্যঃ
- হস্ততাঁত আৰু হস্তশিল্প খণ্ডত নিয়োগৰ পথ সৃষ্টি কৰা আৰু ইয়াক বৰ্তাই ৰখা।
- ৰাজ্যৰ হস্ততাঁত শিপিনী আৰু হস্তশিল্প শিল্পী সকলৰ আৰ্থ-সামাজিক স্থিতি উন্নত কৰা।
- হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীৰ উত্পাদনশীলতা, মাণদণ্ড, আৰু মূল্য প্ৰতিযোগিতামূলক উন্নতি সাধন কৰা।
- অসমৰ হস্ততাঁত আৰু হস্তশিল্পৰ বজাৰ সম্ভাৱনীয়তা উন্নত কৰা আৰু বিশ্ব বজাৰত ইয়াৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে আত্মবিশ্বাসেৰে প্ৰতিযোগিতা কৰা।