মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

লক্ষ্য আৰু অভিযান

অভিযানঃ

  • শিপিনী আৰু শিল্পীৰ ওপৰত গুৰুত্ব প্ৰদান।
  • ক্ষেত্ৰ ভিত্তিক প্ৰসাৰ।
  • ফলাফল ভিত্তক প্ৰতিষ্ঠানগত আন্তগাঁঠনি
  • লক্ষ্য ভিত্তিক হস্ততাঁত আৰু হস্তশিল্পৰ বাবে নতুন সাংগঠনিক আৰ্হিৰ সন্ধান।

লক্ষ্যঃ

  • হস্ততাঁত আৰু হস্তশিল্প খণ্ডত নিয়োগৰ পথ সৃষ্টি কৰা আৰু ইয়াক বৰ্তাই ৰখা।
  • ৰাজ্যৰ হস্ততাঁত শিপিনী আৰু হস্তশিল্প শিল্পী সকলৰ আৰ্থ-সামাজিক স্থিতি উন্নত কৰা।
  • হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীৰ উত্পাদনশীলতা, মাণদণ্ড, আৰু মূল্য প্ৰতিযোগিতামূলক উন্নতি সাধন কৰা।
  • অসমৰ হস্ততাঁত আৰু হস্তশিল্পৰ বজাৰ সম্ভাৱনীয়তা উন্নত কৰা আৰু বিশ্ব বজাৰত ইয়াৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে আত্মবিশ্বাসেৰে প্ৰতিযোগিতা কৰা।