মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

আৰ্টফেডৰ অন্তৰ্ভুক্তি

  • আৰ্টফেডক ইয়াৰ পৰিবেশনৰ ভিত্তত এ.চি.এ.এছ.এইচ., হস্ততাঁত ৰপ্তানি উন্নয়ন পৰিষদ, হস্তশিল্প ৰপ্তানি উন্নয়ন পৰিষদ, সৰ্বভাৰতীয় সমবায় কটনা কাৰখানা সংঘ, ভাৰতীয় ৰেচম উন্নয়ন পৰিষদে সদস্য হিচাপে অন্তৰ্ভুক্ত কৰে। আৰ্টফেডে নিজৰ ব্যৱসায় গোলকীয় বজাৰলৈ সম্প্ৰসাৰিত কৰাৰ বাবেইণ্ডো-জাৰ্মান চেম্বাৰ অৱ কমাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ফৰামৰ সদস্যপদো লাভ কৰিছে। বাণিজ্য আৰু বজাৰকৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰদৰ্শনীৰ সুবিধা লাভৰ বাবেভাৰতীয় বাণিজ্য প্ৰচাৰে আৰ্টফেডক সমৰ্থন আগবঢ়াই আহিছে।