মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

লেখনিৰীক্ষণ কৰা

    • প্ৰতিটো সমবায় বৰ্ষৰ অন্তত আৰ্টফেডৰ বাৰ্ষিক লেখা চৰকাৰে ন্যস্ত কৰা আভ্যন্তৰিণ লেখ-পৰীক্ষকেনগদ আৰু মূলধনৰ ভৌতিক সত্যাসত্যতাৰ সৈতে পৰীক্ষণ কৰিছে।
    • আৰ্টফেড ২০১৪-১৫ৰ লেখ পৰীক্ষণ ইতিমধ্যেই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ দ্বাৰা নিয়োজিত সংবিধিবদ্ধ লেখ পৰীক্ষকেসম্পূৰ্ণ কৰিছে আৰু ২০১৫-১৬ বৰ্ষৰ পৰীক্ষণ চলি আছে।
    • ২০১৪ চনৰ মাৰ্চ মাহলৈ আৰ্টফেডৰ লেখাও কেগৰডি.পি.চি. আইন ১৯৭১ৰ ১৪ধাৰাৰঅধীনতপ্ৰধান মহাগাণনিক কাৰ্য্যালয়, অসম, গুৱাহাটীৰ লেখ-পৰীক্ষক দলৰ দ্বাৰা পৰীক্ষণ কৰা হৈছে।