মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

উত্পাদন কেন্দ্ৰ আৰু প্ৰদৰ্শনীকক্ষ

  • উত্পাদন কেন্দ্ৰ

    বামুনীমৈদাম, পশ্চিম বৰাগাঁও আৰু নলবাৰীত আৰ্টফেডৰ তিনিটা হস্ততাঁত উত্পাদন একক আছে। নুনী আৰু অ-নুনী পাটজাত উত্পাদনৰ প্ৰয়োজন পুৰাবলৈ শুৱালকুচি আৰু আন আন অঞ্চলতো আৰ্টফেডৰ প্ৰায় ৪০০ আবদ্ধ তাঁত আছে।

    প্ৰদৰ্শনীকক্ষ/এম্পোৰিয়াম

    বৰ্তমান সময়ত জাগৰণ নামেৰে ভাৰতত আৰ্টফেদৰ মূঠ ৫৫টা প্ৰদৰ্শনীকক্ষ/এম্পৰিয়াম আছে আৰু ইয়াৰে ৪৯টা আছে অসমত আৰু ৬টা ৰাজ্যৰ বাহিৰৰ চহৰত যেনে কলকাতা, কানপুৰ, জয়পুৰ, ইণ্ডৰ আৰু নতুন দিল্লীত আছে।