মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

শ্বেয়াৰ পুঁজি

  • এই শীৰ্ষ সংঘৰ প্ৰাধিকৃতশ্বেয়াৰ পূজি অংশীদাৰিত্ব ৬৫০.০০লাখ টকাত নিৰ্ধাৰিত কৰা হৈছে আৰু মূঠ পৰিশোধিত শ্বেয়াৰ পুঁজিহৈছে ৩৪৯.১০লাখ টকা। চৰকাৰৰ নিৰন্তন প্ৰচেষ্টাৰ বাবে বৰ্তমান সংঘৰ বেপাৰ বৰ্তমান উৰ্ধমুখী হৈ উঠাটো পৰিলক্ষিত হৈছে।