ক্ৰমিক নং | সেৱাৰ শ্ৰেণী | পদ সংবৰ্গ/পদবীৰ নাম | কামৰ প্ৰকৃতি | মন্তব্য
|
১ | I | পৰিচালন সঞ্চালক | প্ৰশাসন, বিত্ত আৰু লেখৰ সম্পূৰ্ণ নিয়ন্ত্ৰক আৰু মূখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন |
|
২ | I | সচিব | লেখা, প্ৰতিষ্ঠা, বিষয়ৰ পৰ্য্যবেক্ষণ | এইচ. এণ্ড টিৰ পৰা প্ৰতিনিধিত্ব |
৩ | I | মহাপ্ৰৱন্ধক | উতপাদন, বিপণন আৰু প্ৰদৰ্শনীৰ সম্পূৰ্ণ পৰ্যবেক্ষণ কৰা |
|
৪ | I | জেষ্ঠ প্ৰৱন্ধক (এফ. এণ্ড এ.) | বিত্ত আৰু লেখাৰ পৰ্য্যবেক্ষণ |
|
৫ | I | উপ মহাপ্ৰৱন্ধক | মূখ্য কাৰ্য্যালয়ৰ বিভিন্ন বিভাগৰ ভাৰপ্ৰাপ্ত বিভাগ, সেইয়া হৈছে ব্যক্তিগত, উত্পাদন আৰু বিপণন, প্ৰদৰ্শনী আৰু প্ৰচাৰ, বিত্ত আৰু লেখা |
|
৬ | II | প্ৰৱন্ধক | লেখা /বিপণন/ ব্যক্তিগত উত্পাদন আদিৰ পৰ্য্যবেক্ষক |
|
৭ | II | ক্ষেত্ৰ প্ৰৱন্ধক | নামনি/উজনি অসম অঞ্চলৰ পৰ্য্যবেক্ষন কৰা |
|
৮ | II | সহকাৰী প্ৰৱন্ধক | ব্যক্তিগত/ উত্পাদন/ বিপণন/ লেখা/ প্ৰদৰ্শনী আৰু প্ৰচাৰৰ পৰ্য্যবেক্ষণ কৰা |
|
৯ | II | মাণ্ডলিক প্ৰৱন্ধক | নামনি/ উজনি/ মধ্য/ পশ্চিম অসম মণ্ডলৰ শাখা সমুহৰ কাম-কাজ পৰ্য্যবেক্ষণ / তত্বাৱধান কৰা |
|
১০ | III | জেষ্ঠ শাখা প্ৰৱন্ধক | শাখা/ বিক্ৰী কেন্দ্ৰ/ বিভিন্ন প্ৰকল্প আদিৰ পৰ্য্যবেক্ষণ কৰা |
|
১১ | III | শাখা প্ৰৱন্ধক “এ” | শাখা/বিক্ৰী কেন্দ্ৰৰ ভাৰ-প্ৰাপ্ত |
|
১২ | III | শাখা প্ৰৱন্ধক “বি” | শাখা/বিক্ৰী কেন্দ্ৰৰ ভাৰ-প্ৰাপ্ত |
|
১৩ | III | কণিষ্ঠ অভিযন্তা | এম্পোৰিয়ামৰ বিভিন্ন অসামৰীক কাৰ্য্যৰ পৰ্য্যবেক্ষণ কৰা, আঞ্চলিক হস্ততাঁত আৰু হস্তশিল্প বিপণন চৌহদ, ৰিহাবাৰী, গুৱাহাটী আৰু সাজ আৰু পোছাক নিৰ্মাণ কেন্দ্ৰ, পশ্চিম বৰাগাঁও | সহকাৰী প্ৰকল্প অভিযন্তা হিচাপে নিযুক্ত |
১৪ | III | জেষ্ঠ সহায়ক |
| প্ৰতিষ্ঠা, উত্পাদন আৰু বিপণন, পণ্যাগাৰ, প্ৰদৰ্শনী শাখা বিষয় চোৱাচিতা কৰা |
১৫ | III | কনিষ্ঠ গাণনিক | নগদ বহী, খতিয়ান, মূখ্য কাৰ্য্যালয়ৰ হিচাপ ৰক্ষণ |
|
১৬ | III | সহকাৰী শাখা প্ৰৱন্ধক | শাখা, বিক্ৰী কেন্দ্ৰ আদিত বিক্ৰী পৰ্য্যবেক্ষণ কৰা |
|
১৭ | III | সহকাৰী শাখা প্ৰৱন্ধক (উত্পাদন) | উত্পাদন কেন্দ্ৰৰ পৰ্য্যবেক্ষণ |
|
১৮ | III | সহকাৰী শাখা প্ৰৱন্ধক (উত্পাদন) | উত্পাদন কেন্দ্ৰৰ পৰ্য্যবেক্ষণ |
|
১৯ | III | কনিষ্ঠ সহায়ক | মূখ্য কাৰ্য্যালয়ৰ বিভিন্ন শাখাত লেন-দেন সহায়তা কৰা |
|
২০ | III | কনিষ্ঠ ও মুদ্ৰালেখক | মূখ্য কাৰ্য্যালয়ৰ বিভিন্ন শাখাত লেন-দেন সহায়তা কৰা |
|
২১ | III | গাণনিক সহায়ক | হিচাপ শাখাত লেন-দেন সহায়ক |
|
২২ | III | শ্ৰুতিলেখক |
|
|
২৩ | III | সহকাৰী ফিটাৰ | উত্পাদন কেন্দ্ৰৰ পৰ্য্যবেক্ষক |
|
২৪ | III | বিক্ৰী সহায়ক | শাখা/বিক্ৰীকেন্দ্ৰৰ বিক্ৰীকৰ্তা |
|
২৫ | III | চালক/মেকানিক | বাঁহন/উত্পাদন কেন্দ্ৰৰ সৈতে ন্যস্ত কৰা |
|
২৬ | IV | বিক্ৰী চোৱা-চিতাৰ দায়িত্বত থকা/সহায়ক/পিয়ন/চকীদাৰ/হেণ্ডিমেন | আৰ্টফেড মূখ্য কাৰ্য্যালয় শাখা আৰু উত্পাদন কেন্দ্ৰ |
|