মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

কৰ্ম্ম তালিকা আৰু দায়িত্ব

ক্ৰমিক নং

সেৱাৰ শ্ৰেণী

পদ সংবৰ্গ/পদবীৰ নাম

কামৰ প্ৰকৃতি

মন্তব্য

 

I

পৰিচালন সঞ্চালক

প্ৰশাসন, বিত্ত আৰু লেখৰ সম্পূৰ্ণ নিয়ন্ত্ৰক আৰু মূখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন

 

I

সচিব

লেখা, প্ৰতিষ্ঠা, বিষয়ৰ পৰ্য্যবেক্ষণ

এইচ. এণ্ড টিৰ পৰা প্ৰতিনিধিত্ব

I

মহাপ্ৰৱন্ধক

উতপাদন, বিপণন আৰু প্ৰদৰ্শনীৰ সম্পূৰ্ণ পৰ্যবেক্ষণ কৰা

 

I

জেষ্ঠ প্ৰৱন্ধক (এফ. এণ্ড এ.)

বিত্ত আৰু লেখাৰ পৰ্য্যবেক্ষণ

 

 

I

উপ মহাপ্ৰৱন্ধক

মূখ্য কাৰ্য্যালয়ৰ বিভিন্ন বিভাগৰ ভাৰপ্ৰাপ্ত বিভাগ, সেইয়া হৈছে ব্যক্তিগত, উত্পাদন আৰু বিপণন, প্ৰদৰ্শনী আৰু  প্ৰচাৰ, বিত্ত আৰু লেখা

 

II

প্ৰৱন্ধক

লেখা /বিপণন/ ব্যক্তিগত উত্পাদন আদিৰ পৰ্য্যবেক্ষক

 

II

ক্ষেত্ৰ প্ৰৱন্ধক

নামনি/উজনি অসম অঞ্চলৰ পৰ্য্যবেক্ষন কৰা

 

II

সহকাৰী প্ৰৱন্ধক

ব্যক্তিগত/ উত্পাদন/ বিপণন/ লেখা/ প্ৰদৰ্শনী আৰু প্ৰচাৰৰ পৰ্য্যবেক্ষণ কৰা

 

II

মাণ্ডলিক প্ৰৱন্ধক

নামনি/ উজনি/ মধ্য/ পশ্চিম অসম মণ্ডলৰ শাখা সমুহৰ কাম-কাজ পৰ্য্যবেক্ষণ / তত্বাৱধান কৰা

 

১০

III

জেষ্ঠ শাখা প্ৰৱন্ধক

শাখা/ বিক্ৰী কেন্দ্ৰ/ বিভিন্ন প্ৰকল্প আদিৰ পৰ্য্যবেক্ষণ কৰা

 

১১

III

শাখা প্ৰৱন্ধক “এ”

শাখা/বিক্ৰী কেন্দ্ৰৰ ভাৰ-প্ৰাপ্ত

 

১২

III

শাখা প্ৰৱন্ধক “বি”

শাখা/বিক্ৰী কেন্দ্ৰৰ ভাৰ-প্ৰাপ্ত

 

১৩

III

কণিষ্ঠ অভিযন্তা

এম্পোৰিয়ামৰ বিভিন্ন অসামৰীক কাৰ্য্যৰ পৰ্য্যবেক্ষণ কৰা, আঞ্চলিক হস্ততাঁত আৰু হস্তশিল্প বিপণন চৌহদ, ৰিহাবাৰী, গুৱাহাটী আৰু সাজ আৰু পোছাক নিৰ্মাণ কেন্দ্ৰ, পশ্চিম বৰাগাঁও

সহকাৰী প্ৰকল্প অভিযন্তা হিচাপে নিযুক্ত

১৪

III

জেষ্ঠ সহায়ক

 

প্ৰতিষ্ঠা, উত্পাদন আৰু বিপণন, পণ্যাগাৰ, প্ৰদৰ্শনী শাখা বিষয় চোৱাচিতা কৰা

১৫

III

কনিষ্ঠ গাণনিক

নগদ বহী, খতিয়ান, মূখ্য কাৰ্য্যালয়ৰ হিচাপ ৰক্ষণ

 

১৬

III

সহকাৰী শাখা প্ৰৱন্ধক

শাখা, বিক্ৰী কেন্দ্ৰ আদিত বিক্ৰী পৰ্য্যবেক্ষণ কৰা

 

১৭

III

সহকাৰী শাখা প্ৰৱন্ধক (উত্পাদন)

উত্পাদন কেন্দ্ৰৰ পৰ্য্যবেক্ষণ

 

১৮

III

সহকাৰী শাখা প্ৰৱন্ধক (উত্পাদন)

উত্পাদন কেন্দ্ৰৰ পৰ্য্যবেক্ষণ

 

১৯

III

কনিষ্ঠ সহায়ক

মূখ্য কাৰ্য্যালয়ৰ বিভিন্ন শাখাত লেন-দেন সহায়তা কৰা

 

২০

III

কনিষ্ঠ ও মুদ্ৰালেখক

মূখ্য কাৰ্য্যালয়ৰ বিভিন্ন শাখাত লেন-দেন সহায়তা কৰা

 

২১

III

গাণনিক সহায়ক

হিচাপ শাখাত লেন-দেন সহায়ক

 

২২

III

শ্ৰুতিলেখক

 

 

২৩

III

সহকাৰী ফিটাৰ

উত্পাদন কেন্দ্ৰৰ পৰ্য্যবেক্ষক

 

২৪

III

বিক্ৰী সহায়ক

শাখা/বিক্ৰীকেন্দ্ৰৰ বিক্ৰীকৰ্তা

 

২৫

III

চালক/মেকানিক

বাঁহন/উত্পাদন কেন্দ্ৰৰ সৈতে ন্যস্ত কৰা

 

২৬

IV

বিক্ৰী চোৱা-চিতাৰ দায়িত্বত থকা/সহায়ক/পিয়ন/চকীদাৰ/হেণ্ডিমেন

আৰ্টফেড মূখ্য কাৰ্য্যালয় শাখা আৰু উত্পাদন কেন্দ্ৰ