মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

আটাইকেইতা ঋতুতেহস্ততাঁত/হস্তশিল্পজাত সামগ্ৰীৰ যোগান ধৰা

সকলো ব্যক্তিগত শিপনী/শিল্পী/আত্ম সহায়ক গোট/বেচৰকাৰী সংগঠন/গোট সমূহে হস্ততাঁত/হস্তশিল্পজাত সামগ্ৰী যোগানৰ বাবে আটাকেইটা ঋতুতে মূখ্য কাৰ্য্যালয়ত যোগাযোগ কৰিব পাৰে।

ৰাজ্যত হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ উন্নয়নৰ বাবে আৰ্টফেডৰ সৈতে ব্যৱসায়ীক লেন-দেনৰ সবিশেষ জানিবৰ বাবে ই-মেইলঃ artfed12@gmail.comআৰু artfed-india.com ওৱেবচাইটত যোগাযোগ কৰিব পাৰে।

হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰী আৰু ইয়াৰ আকাৰ আৰু সবিস্তাৰ বিৱৰণীৰ প্ৰয়োজন হলে আৰ্টফেডৰ ৫৫টা বিক্ৰী কেন্দ্ৰৰ শাখা প্ৰৱন্ধকক যোগাযোগ কৰিব পাৰে। আৰ্টফেডৰ সকলো প্ৰৱন্ধকৰ টেলিফোন নম্বৰ/ই-মেইল ঠিকনা আদি সংগ্ৰহ কৰিব পাৰে।

২৭খন জিলাত স্থাপন কৰা আৰ্টফেডৰ সুতা বেংকৰ পৰা সুতা ক্ৰয় কৰি ২০শতাংশ ৰাজ-সাহাৰ্য্যও লাভ কৰিব পাৰে। সুতা বেংকৰ সুবিধা সমূহ লাভ কৰিবৰ বাবে অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সংশ্লিষ্ট সহকাৰী সঞ্চালক/অধীক্ষকক যোগাযোগ কৰিব পাৰে।