মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)

প্ৰদৰ্শনী

মেলা বা প্ৰদৰ্শনীবোৰেভাৰতীয় লোক মানসিকতাৰ বাবে এক সুকীয়া আহ্বানবহন কৰে, এই মেলা বা প্ৰদৰ্শনী সমূহ যত আৰু যেতিয়াই আয়োজন কৰা হয় মানুহেপদাৰ্পণ কৰিবলৈ সহজ অনুভৱ কৰে আৰু বজাৰ কৰাৰ এক আনন্দোত্সৱত লিপ্ত হৈ পৰে। প্ৰতি বছৰে আৰ্টফেডে কিছু সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত মেলা, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিশেষ হস্ততাঁত মেলা, বিশেষ হস্ততাঁত মেলা, জিলা পৰ্য্যায়ৰ অনুষ্ঠান, শিল্প মেলা, গান্ধী শিল্প বজাৰ, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হাতে বোৱা আৰু হল্তশিল্পজাত সামগ্ৰী সমূহৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে হস্তশিল্প প্ৰদৰ্শনীৰো আয়োজন কৰে।

প্ৰদৰ্শনী

২০১৭-১৮বৰ্ষত প্ৰস্তাবিত অনুষ্ঠান সমূহ


ক্ৰমিক নং

অনুষ্ঠানৰ নাম

অনুষ্ঠানৰ স্থান

অনুষ্ঠানৰ তাৰিখ

ৰাষ্ট্ৰীয় হস্ততাঁত মেলা

দুলীয়াজান

০৯-০৯-১৭ৰ পৰা ২৫-০৯-২০১৭লৈ

বিশেষ হস্ততাঁত মেলা

যোৰহাট

২৮-০৯-২০১৭ৰ পৰা ১১-১০-২০১৭লৈ

ৰাষ্ট্ৰীয় হস্ততাঁত মেলা

গোলাঘাট

১২-১০-২০১৭ৰ পৰা ২৭-১০-২০১৭লৈ

ৰাষ্ট্ৰীয় হস্ততাঁত মেলা

নতুন দিল্লী

১৬-১০-২০১৭ৰ পৰা ৩০-১০-২০১৭লৈ

বিশেষ হস্ততাঁত মেলা

শুৱালকুচি

০২-১১-২০১৭ৰ পৰা ১৫-১১-২০১৭লৈ

বিশেষ হস্ততাঁত মেলা

দুধনৈ

১৭-১১-২০১৭ৰ পৰা ৩০-১১-২০১৭লৈ

ৰাষ্ট্ৰীয় হস্ততাঁত মেলা

কাজিৰঙা

০২-১২-২০১৭ৰ পৰা ১৭-১২-২০১৭লৈ

ৰাষ্ট্ৰীয় হস্ততাঁত মেলা

গুৱাহাটী

২২-১২-২০১৭ৰ পৰা ০৬-০১-২০১৮লৈ

ৰাষ্ট্ৰীয় হস্ততাঁত মেলা

মঙ্গলদৈ

০৮-০১-২০১৮ৰ পৰা ২৩-০১-২০১৮লৈ

১০

ৰাষ্ট্ৰীয় হস্ততাঁত মেলা

বৰপেটা

২৭-০১-২০১৮ৰ পৰা ১১-০২-২০১৮লৈ

১১

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ হস্ততাঁত মেলা

মাজুলী, অসম

১৪-০২-২০১৮ৰ পৰা ০১-০৩-২০১৮লৈ

১২

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ হস্ততাঁত মেলা

তুৰা, মেঘালয়

০৩-০৩-২০১৮ৰ পৰা ১৮-০৩-২০১৮লৈ

১৩

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ হস্ততাঁত মেলা

ইটানগৰ, অৰুণাচল প্ৰদেশ

২১-০৩-২০১৮ৰ পৰা ০৫-০৪-২০১৮লৈ

কাক যোগাযোগ কৰা উচিত

নামঃ শ্ৰী এম. চি. ডেকা, পৰিচালন সঞ্চালক, আৰ্টফেড
ই-মেইলঃ artfed12@gmail.com
টেলিফোনঃ ০৩৬১-২৫৪৩৭৭২(কাৰ্য্যালয়), ০৩৬১-২৫৪৮৯৮৭(ফেক্স), ০৯৪৩৫৭০৩৭২১(মোবাইল)